Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক। হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ড গাঁৱত চলিছিল অভিযান। পুৱতিনিশা হামিদ আলী ওৰফে ধুল্লাৰ ঘৰত অভিযান চলাইছিল গোলকগঞ্জ আৰক্ষীয়ে। অভিযানত হামিদ আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে হস্তনিৰ্মিত পিষ্টল।তাৰ পিছতে হামিদ আলীক তাৎক্ষণিকভাৱে আটক কৰা হয়।তেওঁৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেকো জিম্মাত...

আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস। তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই ক্ৰীড়া দিৱসটি। অভিৰুচি ক্ৰীড়া দিৱসৰ অংশ হিচাপে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌৰ, সাংস্কৃতিক অনুষ্ঠান আদি...

উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।ধাৰাসাৰ বৰষুণৰ ফলতে এই ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে নিশা প্ৰায় ৬.৩০ বজাত...

কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি

কৰ্দৈ হৈছে এক উপকাৰী ফল, যাৰ বহু স্বাস্থ্যগত উপকাৰিতা আছে, যেনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা, ওজন কমাবলৈ সহায় কৰা, হজম শক্তি বৃদ্ধি কৰা, আৰু শৰীৰক পানী যোগান ধৰা। ই এক প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপেও কাম কৰে আৰু তেজ পৰিশোধন কৰাত সহায় কৰে। ইয়াত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যাৰ বাবে ইয়াক বিভিন্ন...

১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। এই বিধেয়কখন ২০২৫ চনৰ এপ্ৰিল মাহত সংসদত গৃহীত হৈছিল আৰু এতিয়া ইয়াৰ অধিসূচনা মন্ত্ৰালয়ে জাৰি কৰিছে।নতুন নিয়মৰ অধীনত ব্যুৰো অৱ ইমিগ্ৰেচনক আৰু অধিক ক্ষমতা প্ৰদান কৰা হৈছে, যাতে ই বিদেশী নাগৰিকৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূভাৱে কৰিব পাৰে। গৃহ...

কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা

ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্মুখীন হোৱা বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল বুলি খবৰ প্ৰকাশ পাইছে।অৱশ্যে চৰাইৰ খুন্দাৰ পিছতে বিমানখনৰ পাইলটে সময়মতে লোৱা তাৎক্ষণিক ব্যৱস্থাৰ...

মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে।কিছুলোকৰ ক্ষেত্ৰত এই বিষৰ সমস্যা নাথাকে যদিও বহু যুৱতী তথা মহিলাই অসহ্যকৰ বিষৰ যন্ত্ৰণা ভুগিবলগা হয়।...

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ

ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে।প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ। দেশৰ ভিন্ন প্ৰান্তত শেহতীয়া কিছুদিনৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।...

ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয়...

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড’জাৰ।বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে অঞ্চলটো...
1 2 3 4 5

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us