Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

১১ৰ পৰা ১৬ আগষ্টলৈ দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

Table of Content

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) জাৰি কৰা শেহতীয়া বুলটিন অনুসৰি, ১১ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে দেশৰ বিভিন্ন অঞ্চলত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। ইয়াৰ উপৰিও বজ্ৰপাত, ধুমুহা আৰু প্ৰবল বতাহ অহাৰ সম্ভাৱনা আছে।

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ১২ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে বিস্তীৰ্ণ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ১১ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ সৈতে প্ৰবল বতাহ আৰু ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us