Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এক হাজাৰ বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান  “অপৰূপা”ৰ

Table of Content

ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী মহিলা সংস্থা “অপৰূপা”ৰ উদ্যোগত ,  হেল্প গ্ৰুপ , উদ্দীপনা আৰু ঈৰ্ষানাৰ সহযোগত ৬ আগষ্টত  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ  বান বিধস্ত  যমুনা ৰ’ড,দিচাং,ৰুক্মিণী নগৰ,মাজগাও,নিমাইজান,বেতবাৰী,ভটীয়াপাৰৰ প্ৰায় এক হাজাৰ পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ লগতে জীৱ-জন্তুকো খাদ্য প্ৰদান কৰে৷

ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ওষধ পাতিও যোগান ধৰে অপৰূপাই৷ প্ৰতি বছৰে বানত ক্ষতিগ্ৰস্ত  অঞ্চলসমূহত অপৰূপাই এইদৰে সাহাৰ্য প্ৰদান কৰি আহিছে বুলি সদৰি কৰিছে  অপৰূপাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বিশিষ্ট লেখিকা -সমাজসেৱিকা ৰুণা লাইলাই ।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us