Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অসমৰ বানক লৈ চিন্তিত লাভলীনা

Table of Content

বানে জুৰুলা কৰা উজনি অসমৰ তিনিখনকৈ জিলাত বৰ্তমানেও শেষ হোৱা নাই দুৰ্যোগ ৷ প্ৰলয়ংকাৰী বানে নিমিষতে শেষ কৰিলে বহু লোকৰ জীৱন, সম্পত্তি ৷ কোনেও কল্পনাই কৰিব নোৱৰা এটা দৃশ্য ৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য বিতৰণ কৰা হৈছে ৷তাৰ মাজতে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে অসমৰ বানক লৈ দুখ প্ৰকাশ কৰিছে ৷ লাভলীনা সম্প্ৰতি গ্লাছগো কমনৱেলথ গেমছত ব্যস্ত হৈ আছে ৷ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ব্যস্ত হৈ থকাৰ পিছতো অসমৰ খবৰ লৈছে লাভলীনাই ৷ ৩১ তাৰিখে পুনৰ খেলত অৱতীৰ্ণ হ’ব অসম জীয়ৰী ৷

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us