Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ

Table of Content

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনি অসমত হোৱা বান বিভীষিকাময় জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য প্ৰদানৰ ব্যৰ্থতা আৰু অনিয়মৰ বিৰুদ্ধে প্ৰথমে দিছপুৰৰ জনতা ভৱনৰ সমীপত দিনজোৰা অনশন কাৰ্যসূচীত বহিছিল যদিও আৰক্ষীৰ হেঁচাৰ ফলত স্থান সলনি কৰিবলগীয়া হয় বিধায়গৰাকীয়ে। বিধায়গৰাকীয়ে গণেশ মন্দিৰৰ সমীপত অনশন কাৰ্যসূচী অ্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। অখিল গগৈয়ে জানিবলৈ দিয়ে যে বানপীড়িত ৰাইজৰ সমস্যা সমাধান নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে এই গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব। ইপিনে প্ৰতিবাদকাৰীৰ ৩টা মুখ্য দাবী যেনে- ১. উপযুক্ত ক্ষতিপূৰণ প্ৰদান,২. CBI তদন্তৰ দাবী৩. দায়িত্বজ্ঞানহীন মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us