বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব
সংসদত গৃহীত অনলাইন গেমিং বিধেয়ক অনুসৰি বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব ! নতুন স্পনছ’ৰৰ প্ৰক্ৰিয়া আৰম্ভ ।সংসদৰ বৰ্ষাকালীন অধিৱেশনত অনলাইন গেমিং বিল গৃহীত হোৱাৰ পিছতে ফেণ্টাচি স্প’ৰ্টছ কোম্পানী ‘Dream 11’ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য স্পনছ’ৰশ্বিপৰ পৰা বাদ পৰিছে । লগে লগে বি চি চি আই নতুন স্পনছ’ৰৰ সন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ...








