Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জুবিন গাৰ্গ গোচৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি: দুজন জামিনদাৰৰ বিনিময়ত আদালতৰ জামিন মঞ্জুৰ

Table of Content

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অৱশেষত প্ৰথমগৰাকী অভিযুক্তৰ জামিন লাভ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। কেবাটাও চৰ্ত আৰোপ কৰি উচ্চ ন্যায়ালয়ে দুজন জামিনদাৰ আৰু ৫০ হেজাৰ টকা মূল্যৰ বিনিময়ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us