Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

Table of Content

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত বনকৰ্মীজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH-ৰ আই চি ইউ ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us