Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি

Table of Content

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি।

অচিৰেই এই নতুন নিয়ম কাৰ্যকৰী হ’ব অসমত। জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰি কয় যে, সন্তানৰ জন্মত উতসাহিত কৰিবলৈ আমাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us