Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

Table of Content

যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত বৰাত আলী। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো।কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে ।
এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা ডকাইত বৰাত আলীৰ।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us