Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

সংবাদমেলযোগে চকা বন্ধ স্থগিতৰ ঘোষণা মটৰ পৰিবহণ সন্থাৰ

Table of Content

সাময়িক ভাৱে স্থগিত চকা বন্ধ কাৰ্যসূচী। বৰ্তমানৰ পৰা কাৰ্যকৰী হোৱাকৈ চকা বন্ধ স্থগিত ৰাখিছে  সদৌ  অসম মটৰ পৰিবহণ সংন্হাই । কেইবাটাও মটৰ পৰিবহণ বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সংবাদমেল যোগে  সদৰী কৰিছে  মটৰ পৰিবহণ সন্থাই।

পৰিবহণ বিভাগে ১ টা দাবী মানি লৈছে ৫ টা দাবী মানি লোৱা নাই। ১১ ডিচেম্বৰলৈ সময় সীমা বান্ধি দিয়া হৈছে ৫ টা দাবী মানি নললে ১৪ ডিচেম্বৰৰ পৰা পুনৰ আন্দোলন কাৰ্যসূচী হাতত লব সন্হাই।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us