Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আছিক আলীৰ সোঁ ভৰিত লাগিল আৰক্ষীৰ গুলী: জি এম চি এইচৰ অৰ্থপেডিকচ বিভাগত ভৰ্তি

Table of Content

নিমিষা হত্যাৰ মূল অভিযুক্ত আছিক আলীৰ এনকাউণ্টাৰ। সোঁ ভৰিত গুলীবিদ্ধ হৈ
GMCH ত চিকিৎসাধীন আছিক আলী।
এই সন্দৰ্ভত জি এম চি এইচৰ ডা: অধ্যক্ষ দেৱজিৎ চৌধুৰীয়ে কয় , পুৱা ৫.৩০ লৈ
জি এম চি এইচৰ অৰ্থপেডিকচ বিভাগত ভৰ্তি কৰোৱা হৈছিল ২৬ বছৰীয়া আছিক আলীক ।
GMCH ৰ অৰ্থপেডিকচত ভৰ্তি কৰা হৈছে আছিক আলিক। সোঁ-ভৰিৰ আঠু আৰু কলাফুলত
দুটা গুলী লাগিছে আছিকৰ। অন্য কোনো স্থানত আঘাটৰ চিন নাই। বৰ্তমান সংকটমুক্ত আছিক আলী।”

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us