নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা
আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়া হৈছে । ফলত সৰুপথাৰৰ দৈয়াং নদীৰ পাৰৰ বহু অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । জিলাখনৰ ৫৬ খন গাঁৱৰ লগতে সৰুপথাৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ...








