Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Business

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

আজি ওৰে নিশা আৰু কাইলৈ সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ

আজি ওৰে নিশা আৰু কাইলৈ সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ। তাতেই জুবিনক সকলোৱে জনাব পাৰিব শেষ শ্ৰদ্ধা। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “বহু লোকে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ ইচ্ছা কৰি আছে। আমি এই আবেগবোৰ বুজি পাওঁ। সেয়ে আজি ওৰে নিশা অৰ্জুন ভোগেশ্বৰ...

প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ

বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত। অৰ্থাৎ ঢাকাৰ পৰা ৫৯৭ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।এক প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ। ম্যানমাৰত সৃষ্টি হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ঢাকা আৰু চট্টগামকে ধৰি বাংলাদেশৰ কিছু কিছু অংশ কঁপাই তোলে। বাংলাদেশৰ লগতে অসমৰ...

সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে

ভাষাৰে বুজাব নোৱাৰা অনুভৱ। জুবিন দাৰ শেষ যাত্ৰাত জনসমুদ্ৰত পৰিণত হ’ল গুৱাহাটী। বৰঝাৰ বিমান বন্দৰৰ পৰা জুবিন দা লগত লৈ আহিল লাখ লাখ অনুৰাগীয়ে। সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে-“আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবিন থকা হ’লে এনেদৰে ইমান মৰম আৰু আৰ্শীবাদ দেখি, ইমান আদৰ দেখি আপোনালোককো...

কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । এই পৰিষদীয় নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিটিআৰৰ আনকেইখন জিলাৰ লগতে বাক্সা জিলা প্ৰশাসনো হৈছে সাজু । জিলাখনৰ সদৰ মুছলপুৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আজি ভোট গ্ৰহণৰ নথিপত্ৰৰ লগতে ভোটৰ বাকচসমূহ লৈ নিজৰ নিজৰ গন্তব্য় স্থানলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকল ।

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক। ইয়াৰ ভিতৰত ৮,৯৮০ জন পুৰুষ, ৮,১৯৯ জন মহিলা আৰু ৪,৮৩৭ জন শিশু। বৰ্তমানলৈকে ১১৩টা...

আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে।বিশ্বকৰ্মা পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। আজিৰ দিনটোতে সূৰ্য্যই ৰাশি সলনি কৰে। ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম অভিযন্তা আৰু খনিকৰ হিচাপে গণ্য কৰা হয়। এই দিনটোত শিপিনী, অভিযন্তা, আৰু শ্ৰমিকসকলে নিজৰ সঁজুলি,...

ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা

মাতা বৈষ্ণো দেৱী ধামত পুনৰপ্ৰতিধ্বনিত হৈছে ‘জয় মাতা দি’ ধ্বনি। ৩ সপ্তাহৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা। একেৰাহে ২২ দিন বন্ধ হৈ থকা মা বৈষ্ণো দেৱী যাত্ৰা ১৭ ছেপ্টেম্বৰ বুধবাৰৰ পৰা ভক্তসকলৰ বাবে পুনৰ আৰম্ভ হৈছে।প্ৰথমে ১৪ ছেপ্টেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ধাৰাবাহিক বৰষুণৰ বাবে যাত্ৰা পিছুৱাই...

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ!আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ...

পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা...

ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা

বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। ডেৰাডুনত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে।প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ...
1 2 3 4

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us