Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়া হৈছে । ফলত সৰুপথাৰৰ দৈয়াং নদীৰ পাৰৰ বহু অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । জিলাখনৰ ৫৬ খন গাঁৱৰ লগতে সৰুপথাৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ...

এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই ১৯ টা ড্ৰ’নেৰে আক্ৰমণ কৰে পোলেণ্ডত। যাৰ ৪টা ড্ৰ’ন পোলেণ্ড সেনাই ধ্বংস কৰি পেলোৱা বুলি দাবী উত্থাপন কৰিছে।এক্সিয়েছৰ তথ্য অনুসৰি, বুধবাৰে পোলেণ্ডৰ দেশত কেইটাও ড্ৰ’ন...

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ তীব্ৰতৰ হৈ পৰে।আন্দোলনৰ বেনাৰত “Block Everything” লিখি হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই অহা দেখা গৈছে। এই...

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে। ইয়াৰ বাহিৰেও ভাৰতৰ বাবে মূৰৰ কামোৰণি চীনৰ উপস্থিতি বা অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা সশস্ত্ৰ সীমান্ত বলে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ফলত বাণিজ্যৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে একাধিক বিষয়ত ভাৰতৰ উদ্বেগ বাঢ়িছে। ইয়াৰ মাজতে চীনৰ উপস্থিতিৰ সম্ভাৱনাই ভাৰতৰ মূৰৰ...

দুবৰি বনৰ উপকাৰিতা

ভাৰতীয় পৰম্পৰাত দূবৰি বনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ । সকলো ধৰণৰ পূজাত ব্যৱহাৰ হোৱাৰ লগতে ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব !দুবৰি বন এক ঔষধি উদ্ভিদ, যাৰ বহু উপকাৰিতা আছে। ইয়াৰ বৈজ্ঞানিক নাম Cynodon dactylon। দুবৰি বন ভাৰতীয় সংস্কৃতিত বিশেষ স্থান লাভ কৰে আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও দুবৰি বন...

মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে

মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে পুনৰ এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাই ।ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰৰ ৰাজপথত হাতত জোঁৰ লৈ হাজাৰ হাজাৰ লোক ওলাই আহিল । ‘‘জনজাতিকৰণ লাগিবই, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, বিজেপি হায় হায়, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব,...

৭ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব ৰঙা!কি কি কৰিব নালাগে এই গ্ৰহণৰ সময়ত

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰণ ৭ ছেপ্টেম্বৰত হ’ব। এইবাৰ ভাৰতৰ পৰা দৃশ্যমান হ’ব এই গ্ৰহণ। এই সময়ত চন্দ্ৰক ৰঙা দেখা যাব।ভাৰতত অতি স্পষ্টকৈ এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। জ্যোতিষ শাস্ত্ৰ মতে, যেতিয়া চন্দ্ৰগ্ৰহণ দেখা পোৱা যায় তেতিয়া সূতক কাল পালন কৰা হয়। এই সময়খিনি ধৰ্মীয় দৃষ্টিকোনৰ পৰা অতি গুৰুত্বপূৰ্ণ।পঞ্জিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ...

পুনৰ মুম্বাই মায়ানগৰীত বিস্ফোৰণৰ ভাবুকি

পুনৰ মুম্বাই মায়ানগৰীত বিস্ফোৰণৰ ভাবুকি। ফোনযোগে ভাবুকি দিয়া হৈছে বিস্ফোৰণৰ। শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে কয় যে এটা ভাবুকি ভৰা ফোনকলত ফোন কৰাজনে দাবী কৰিছে যে ৩৪খন বাহনত “৪০০ কিলোগ্ৰাম RDX” কঢ়িয়াই অনা ৩৪টা “মানৱ বোমা” স্থাপন কৰা হৈছে, যিটো বিস্ফোৰণে “গোটেই চহৰখনক জোকাৰি যাব”। ট্ৰেফিক আৰক্ষীৰ হেল্পলাইনত আহিছিল এই ভাবুকিপূৰ্ণ ফোন।অনন্ত চতুৰ্দশীৰ প্ৰাকক্ষণত লস্কৰ-ই-জিহাদী নামৰ এটা...

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে তলব কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানক

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে তলব কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানক। এই নিৰ্দেশনাৰ পিছতে ইতিমধ্যে বৃহস্পতিবাৰে ইডি কাৰ্যালয়ত হাজিৰ হয় শিখৰ ধাৱান।এইবাৰ অৱশ্যে বিপদ জয়–বীৰুৰ পৰা অহা নাই, গব্বৰৰ সমুখত এইবাৰ ইডিৰ বিপদ। নিজৰ সুকীয়া শৈলীৰ বাবে ভাৰতীয় ক্ৰিকেটত ‘গব্বৰ’ খ্যাত প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক তলব কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। এক গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে প্ৰাক্তন...

আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে

দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে কাবুললৈ সাহায্য সামগ্ৰী বিমানেৰে লৈ যোৱা হৈছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে আফগানিস্তানৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু প্ৰয়োজন হ’লে ভাৰতে সম্ভৱপৰ...
1 2 3 4 5

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us