Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন

Table of Content

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অৰ্জুন বঁটা প্ৰাপক  ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজাৰা সভাঘৰ প্ৰাংগণত  আজি ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 

পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  প্রাক্তন খেলুৱৈ , ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী  দয়াল চন্দ্ৰ দাসে। আনহাতে পতাকা জোকাৰি সামূহিক দৌৰৰ শুভাৰম্ভ কৰে প্রাক্তন খেলুৱৈ দীপক মেধিয়ে।

সামূহিক দৌৰত আজাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উপ সভাপতি মলিন দাস, সাধাৰণ সম্পাদকত্ৰয় তীৰ্থ মেধি, গৌতম দাস, তন্ময় মেধি, ক্ৰীড়া সম্পাদক অনিল দাসকে ধৰি সন্থাৰ কেবাজনো কৰ্মকৰ্তা, সদস্য , ক্ৰীড়াৰ লগত জড়িত বহু বিশিষ্ট লোক, খেলুৱৈ আৰু অঞ্চলটোৰ বহু ছাত্ৰ – ছাত্ৰীয়েও ভাগ লয়।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us