Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব

Table of Content

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে।কিছুলোকৰ ক্ষেত্ৰত এই বিষৰ সমস্যা নাথাকে যদিও বহু যুৱতী তথা মহিলাই অসহ্যকৰ বিষৰ যন্ত্ৰণা ভুগিবলগা হয়। এনে বিষৰ বাবে ঋতুস্ৰাৱৰ দিনকেইটাত যুৱতী–মহিলাসকলে যথেষ্ট অসুবিধাৰ মাজেৰে পাৰ কৰিবলগা হয়।মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে। জানো আহক এই বিষয়ে–আয়ুৰ্বেদত হালধিৰ অনেক গুণৰ বিষয়ে উল্লেখ কৰা হৈছে। গাখীৰত এচিকুট হালধি মিহলাই খালে শৰীৰৰ যিকোনো বিষ কম হয়। পিৰিয়ডৰ সময়ত এই পানীয় সেৱন কৰিব পাৰে। ইয়াৰ ফলত জৰায়ুত ৰক্ত সঞ্চালন বৃদ্ধি পায়। চিয়া বীজত ওমেগা ৩ ফেটি এচিড থাকে। এই বীজে দুটা ঋতুচক্ৰৰ মাজৰ ব্যৱধান কম কৰিব পাৰে।ঋতুস্ৰাৱৰ সময়ত আদাৰে তৈয়াৰী চাহ খালে ভাল। তেতিয়া বিষ বহু পৰিমাণে কমি যায়।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us