Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জীৱনসংগী বিচাৰি পালে কণ্ঠশিল্পী দীপলিনাই

Table of Content

দীপলিনা মানেই যেন সামাজিক মাধ্যমত এজাক ধুমুহা। প্ৰায়ে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ ফটো বা ভিডিঅ’ ভাইৰেল হৈ থাকে। কিন্তু এতিয়া হাজাৰ হাজাৰ যুৱকৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু নেকি অভিনেত্ৰীগৰাকী? কিন্তু শেহতীয়া কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা পোষ্টে সকলোকে আচৰিত কৰিছে। অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। কিন্তু কি আছে সেই পোষ্টটোত? অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন…দীপলিনাৰ ইনষ্টাগ্ৰামত ২ মিলিয়ন দৰ্শকে চোৱাৰ বিপৰীতে ফেচবুকত ১ মিলিয়নতকৈ অধিক লোকে মৰম দিছে। একাংশই এই ভিডিঅ’টো দেখি কোনো গীতৰ প্ৰচাৰৰ মাধ্যম বুলি কৈছে। কিয়নো ইয়াৰ পূৰ্বেও কণ্ঠশিল্পীগৰাকীয়ে ‘ভালপোৱা এটি নাম’ শীৰ্ষক গীতটি প্ৰচাৰৰ সময়তো সেই গীতটোত অভিনয় কৰা অভিনেতা কৌশিক নাথৰ সৈতে হাতত ধৰি এখন ফটো শ্বেয়াৰ কৰিছিল। যিখন ফটো দেখি বহু যুৱকৰ হৃদয় ভাঙিছিল।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us