Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

Table of Content

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে’টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।অচিনাকি দুষ্কৃতিকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে অপৰাধীৰ পৰিচয় আৰু উদ্দেশ্য এতিয়াও জানিব পৰা পৰা হোৱা নাই । ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান চলায় ।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us