জীৱনসংগী বিচাৰি পালে কণ্ঠশিল্পী দীপলিনাই
দীপলিনা মানেই যেন সামাজিক মাধ্যমত এজাক ধুমুহা। প্ৰায়ে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ ফটো বা ভিডিঅ’ ভাইৰেল হৈ থাকে। কিন্তু এতিয়া হাজাৰ হাজাৰ যুৱকৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু নেকি অভিনেত্ৰীগৰাকী? কিন্তু শেহতীয়া কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা পোষ্টে সকলোকে আচৰিত কৰিছে। অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। কিন্তু কি আছে সেই...








