Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

৭ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব ৰঙা!কি কি কৰিব নালাগে এই গ্ৰহণৰ সময়ত

Table of Content

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰণ ৭ ছেপ্টেম্বৰত হ’ব। এইবাৰ ভাৰতৰ পৰা দৃশ্যমান হ’ব এই গ্ৰহণ। এই সময়ত চন্দ্ৰক ৰঙা দেখা যাব।ভাৰতত অতি স্পষ্টকৈ এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। জ্যোতিষ শাস্ত্ৰ মতে, যেতিয়া চন্দ্ৰগ্ৰহণ দেখা পোৱা যায় তেতিয়া সূতক কাল পালন কৰা হয়। এই সময়খিনি ধৰ্মীয় দৃষ্টিকোনৰ পৰা অতি গুৰুত্বপূৰ্ণ।পঞ্জিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ হিচাপ অনুসৰি ৭ ছেপ্টেম্বৰৰ নিশা ৯:৫৮ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব। ইয়াৰ শীৰ্ষ সময় হ’ব ১১:৪২ বজা। তাৰ পাছত লাহে লাহে চন্দ্ৰ ছাঁৰ পৰা ওলাই আহিব আৰু ৮ ছেপ্টেম্বৰৰ পুৱতি নিশা ১:২৬ বজাত এই গ্ৰহণৰ অন্ত পৰিব।অৰ্থাৎ মুঠতে এই গ্ৰহণ প্ৰায় ৩ ঘন্টা ২৮ মিনিট সময় ধৰি চলিব।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us