Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব

Table of Content

সংসদত গৃহীত অনলাইন গেমিং বিধেয়ক অনুসৰি বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব ! নতুন স্পনছ’ৰৰ প্ৰক্ৰিয়া আৰম্ভ ।সংসদৰ বৰ্ষাকালীন অধিৱেশনত অনলাইন গেমিং বিল গৃহীত হোৱাৰ পিছতে ফেণ্টাচি স্প’ৰ্টছ কোম্পানী ‘Dream 11’ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য স্পনছ’ৰশ্বিপৰ পৰা বাদ পৰিছে । লগে লগে বি চি চি আই নতুন স্পনছ’ৰৰ সন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে অহা মাহত এছিয়া কাপ অনুষ্ঠিত হ’ব । তেতিয়ালৈ ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ মুখ্য স্পনছ’ৰ কোন হ’ব সেয়া চূড়ান্ত হোৱাৰ সম্ভাৱনা নাই ।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us