Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

Table of Content

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক। হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ড গাঁৱত চলিছিল অভিযান। পুৱতিনিশা হামিদ আলী ওৰফে ধুল্লাৰ ঘৰত অভিযান চলাইছিল গোলকগঞ্জ আৰক্ষীয়ে। অভিযানত হামিদ আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে হস্তনিৰ্মিত পিষ্টল।তাৰ পিছতে হামিদ আলীক তাৎক্ষণিকভাৱে আটক কৰা হয়।তেওঁৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেকো জিম্মাত লৈ সোধা-পোছাৰ বাবে থানালৈ নিয়া হয় । বৰ্তমান পিতৃ-পুত্ৰৰ উভয়কে গোলকগঞ্জ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us